Daily MCQs

১৫ নং বিত্ত আয়োগৰ সভাপতিত্ব কোনে কৰিছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

সূৰ্যৰ পোহৰৰ পৰা অতিবেঙুনীয়া বিকিৰণে বিক্ৰিয়াৰ জৰিয়তে কি উৎপন্ন কৰে? তলৰ কোনখন ভাৰতৰ সাগৰৰ পাৰৰ চহৰ নহয়? কোন ৰাজ্যত খাৰচী পূজা পালন কৰা হয়? কোন শাসকৰ দিনত কোচ বিহাৰৰ পৰা নাৰায়ণপুৰলৈকে গোহাঁই কমলে গোহাঁই কমল আলী নিৰ্মাণ কৰিছিল? যোৰহাটক আহোম ৰাজ্যৰ শেষ ৰাজধানী হিচাপে কোনে প্ৰতিষ্ঠা কৰিছিল?