Daily MCQs

১৯৩৭ চনত চেন্নাইত মুত্তইয়া চিদাম্বৰম চেট্টিয়াৰে কোনটো বেংক প্ৰতিষ্ঠা কৰিছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া কোন? কোনখন নদী দক্ষিণৰ পৰা উত্তৰলৈ বৈ গৈছে? বেংগল প্ৰেচিডেঞ্চিৰ পৰা অসম অঞ্চল কেতিয়া পৃথক হৈছিল? যদি sin A = ১/২ হয়, তেন্তে cot A ৰ মান হ’ল: প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসমীয়া গায়ক