Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ Mock Test
অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ কিতাপ
27 August 2024
JobAssam
Share
ভাৰতত প্ৰথম সম্পূৰ্ণ লোকপিয়ল কেতিয়া অনুষ্ঠিত হৈছিল?
ক) ১৮৮১ চনত
খ) ১৮৭৩ চনত
গ) ১৮৯১ চনত
ঘ) ১৮৮৫ চনত
১৮৮১ চনত
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
ঘণ্টাত ৩০.৬ কিলোমিটাৰ গতিবেগ প্ৰতি ছেকেণ্ডত কিমান মিটাৰৰ সমতুল্য?
৫ বছৰ আগৰ ৰুমীৰ বয়স আৰু ৭ বছৰৰ পিছৰ বয়সৰ গুণফল ২৮ বছৰ। ৰুমীৰ বৰ্তমান বয়স কিমান?
শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল
ৰামায়ণৰ অসমীয়া অনুবাদক কোন আছিল?
ব্যায়ামৰ সময়ত ঘামচি ওলোৱাটোৱে মানুহৰ শৰীৰত তলৰ কোনটো প্ৰক্ৰিয়াৰ কাৰ্য্যক সূচায়?