Daily MCQs

ভাৰতত প্ৰথম সম্পূৰ্ণ লোকপিয়ল কেতিয়া অনুষ্ঠিত হৈছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনটো কোম্পানীয়ে NPCI ৰ সৈতে অংশীদাৰিত্বৰে ভাৰতৰ প্ৰথমটো UPI-ATM প্ৰৱৰ্তন ক​ৰিছে? মহেঞ্জোদাৰোৰ স্থানীয় নাম কি? ২০০৮ চনত মুম্বাইৰ তাজ হোটেলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানৰ নাম কি? ভগৱান মহাবীৰ কোন ঠাইত জন্ম হৈছিল? ভাৰতৰ কিমানখন ৰাজ্যই ভূটানৰ সৈতে সীমান্ত ভাগ কৰে?