Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ Mock Test
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কিতাপ
27 August 2024
JobAssam
Share
তলৰ কোনজন BASIC গোটৰ সদস্য নহয়?
ক) দক্ষিণ আফ্ৰিকা
খ) ভাৰত
গ) অষ্ট্ৰেলিয়া
ঘ) ব্ৰাজিল
অষ্ট্ৰেলিয়া
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ তিনিটা মুখৰ সৈতে ‘ত্ৰিমূৰ্তি’ নামেৰে জনাজাত ভাস্কৰ্যটো কোন স্থানত দেখা যায়?
ঘণ্টাত ৫ কিলোমিটাৰ বেগেৰে খোজ কাঢ়ি এজন লোকে ১৫ মিনিটত এখন দলং পাৰ হৈ যায়। দলংখনৰ দৈৰ্ঘ্য মিটাৰত কিমান?
অসমৰ জাতীয় গছ _______।
কোন বছৰত প্রথম অসমীয়া আলোচনী ‘অৰুণোদয়’ প্রকাশ হৈছিল?
কোনখন নদীৰ ওপৰত হিৰাকুড বান্ধ অৱস্থিত?