Daily MCQs

তলৰ কোনখন দেশ SAARC ৰ সদস্য নহয়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

OMR ৰ সম্পূৰ্ণ ৰূপ কি? কোনটো গছ পৰ্ণপাতী অৰণ্যত বহুলভাৱে পোৱা যায়? কোনখন যুদ্ধত শ্বেৰ শ্বাহ ছুৰীৰ হাতত হুমায়ুনে মোগল সাম্ৰাজ্য হেৰুৱাইছিল? বিশ্বৰ মুঠ মুগা, সোণালী ৰেচমৰ উৎপাদনৰ ভিতৰত অসমে উৎপাদন কৰে? ৰেহানাই ঘৰৰ পৰা ৬ কিলোমিটাৰ পশ্চিমে গাড়ী চলায়, তাৰ পিছত বাওঁফালে ঘূৰি ৩ কিলোমিটাৰ গাড়ী চলায়, আৰু আকৌ বাওঁফালে ঘূৰি ১০ কিলোমিটাৰ গাড়ী চলায়। তাইৰ ঘৰ আৰু তাইৰ চূড়ান্ত স্থানৰ মাজত আটাইতকৈ কম দূৰত্ব কিমান?