Daily MCQs

৫০টা পৰ্যবেক্ষণৰ গড় আছিল ৩৬। পিছলৈ দেখা গ’ল যে এটা ৪৮ৰ পৰ্যবেক্ষণ ভুলকৈ ২৩ বুলি লিপিবদ্ধ কৰা হৈছে। শুধৰোৱা গড়টো কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

টাই আহোম ভাষাত চৰাইদেউ নামৰ অৰ্থ কি? এল পি জিত কোনটো ৰাসায়নিক পদাৰ্থ মিহলাই প্ৰবল গোন্ধ দিয়া হয়? গৌতম বুদ্ধই ক'ত জ্ঞান লাভ কৰিছিল? মানুহে কৰা প্ৰকৃতিৰ পৰিৱৰ্তনক ____বুলি কোৱা হয়। কম্পিউটাৰৰ মুখ্য অংগ কি?