Daily MCQs

২০০ মিটাৰ দীঘল, ঘণ্টাত ৩৬ কিলোমিটাৰ বেগত চলা এখন ৰে’লে এখন দলং পাৰ হ’বলৈ সময় লাগে ৫৫ ছেকেণ্ড। দলংখনৰ দৈৰ্ঘ্য কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ইউৰোপক আফ্ৰিকাৰ পৰা পৃথক কৰা জলদ্বীপটো হ’ল? কোন চনত আফগানিস্তানে SAARCত যোগদান কৰিছিল? কোনবোৰ কেন্দ্ৰীয় শাসিত অঞ্চলত বিধানসভা আছে? তলৰ কোনটোৱে বিনামূলীয়া ই-মেইল সেৱা হিচাপে কাম কৰে? স্বাধীন অসমৰ সমষ্টিটো প্ৰথম কেতিয়া নিৰ্ধাৰণ কৰা হৈছিল?