Daily MCQs

২০০ মিটাৰ দীঘল, ঘণ্টাত ৩৬ কিলোমিটাৰ বেগত চলা এখন ৰে’লে এখন দলং পাৰ হ’বলৈ সময় লাগে ৫৫ ছেকেণ্ড। দলংখনৰ দৈৰ্ঘ্য কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

১৯৪৬ চনত কাক ভাৰতীয় সংবিধান সভাৰ অন্তৱৰ্তীকালীন সভাপতি নিযুক্তি দিয়া হৈছিল? অলিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু কোন? প্ৰথম অসমীয়া গদ্য আছিল: Fill in the blank with correct determiner Can ______ help me?? কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিজা উচ্চ ন্যায়ালয় আছে?