Daily MCQs

চক্রবৃদ্ধি সুতৰ ওপৰত ৩ বছৰত ১০,৬৪৮ টকা আৰু ২ বছৰত ৯,৬৮০ টকা হয়। তেন্তে বছৰি সুতৰ হাৰ কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ৰাজ্যৰ মুখ্য তথ্য আয়ুক্তক কোনে নিযুক্তি দিয়ে? কোনটো কেন্দ্ৰীয় শাসিত ৰাজ্যই প্ৰথমে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা ৰূপায়ণ কৰিছে? KB ৰ সম্পূৰ্ণ ৰূপ কি? অসমত কিমান গাও পঞ্চায়ত আছে? আকবৰৰ দৰবাৰত দীন-ই ইলাহী মানি লোৱা একমাত্ৰ হিন্দু সম্ভ্ৰান্ত কোন আছিল?