Daily MCQs

১২ ৰে ভাগ কৰিলে ৫ বাকী আৰু ১৬ ৰে ভাগ কৰিলে ৯ বাকী থকা আটাইতকৈ সৰু সংখ্যাটো কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

______ তাৰিখে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হয়। তেজ ৰঙা দেখা যায় কাৰণ ইয়াত ______ থাকে। টেলিস্কোপ ব্যৱহাৰ কৰি সৌৰজগতত আৱিষ্কাৰ হোৱা প্ৰথমটো গ্ৰহ কোনটো? ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজনৰ বিষয়ে আলোচনা কৰে? কোন বছৰত দালাই লামাই ভাৰতত ৰাজনৈতিক আশ্ৰয় বিচাৰিছিল?