Daily MCQs

এটা শ্ৰেণীত ৬, ৮ বা ১০ৰ গোট সৃষ্টি কৰিব পৰা ছাত্ৰ-ছাত্ৰীৰ নূন্যতম সংখ্যা কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

টাইটান কোনটো গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ? ‘ভিলেজ ৰকষ্টাৰছ’ চিনেমাখনৰ পৰিচালক কোন? চক্রবৃদ্ধি সুতৰ ওপৰত ৩ বছৰত ১০,৬৪৮ টকা আৰু ২ বছৰত ৯,৬৮০ টকা হয়। তেন্তে বছৰি সুতৰ হাৰ কিমান? দৈৰ টেঙা সোৱাদ তলৰ কোনটো উপাদানৰ উপস্থিতিৰ বাবে হয়? ৯ জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হয়। কোন বছৰত প্ৰথমবাৰৰ বাবে দিনটো পালন কৰা হৈছিল?