Daily MCQs

সংখ্যা দুটাৰ গঃসাঃগু ২৩, আৰু সিহঁতৰ লঃসাঃগু ৰ বাকী দুটা গুণক ১৩ আৰু ১৪। সংখ্যা দুটাৰ ভিতৰত ডাঙৰটো কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনে মানসকলক অসম আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল, যাৰ ফলত 'মানৰ দিন' হৈছিল? কেবিনেট মিছন অনুসৰি সংবিধান সভাত কিমানজন সদস্য থাকিব লাগিব? He was learning ___ a lamb post. মাধৱপুৰ মেলা অনুষ্ঠিত হয় শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কোনে শপত গ্ৰহণ কৰিছিল?