Daily MCQs

অকল ক য়ে ২০ দিনত এটা কাম কৰিব পাৰে, আৰু অকল খ য়ে ৩০ দিনত কৰিব পাৰে। যদি তেওঁলোকে একেলগে কাম কৰে তেন্তে আধা কাম শেষ কৰিবলৈ কিমান সময় লাগিব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এটা বৃত্তৰ বহিঃবিন্দুৰ পৰা টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য: আধুনিক জিনীয় বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন ছবি কোনখন আছিল? দক্ষিণ কোৰিয়াৰ মুদ্ৰা কি?