৬ জন পুৰুষ বা ১২ জন মহিলাই ২০ দিনত এটা কাম কৰিব পাৰে। এই কামৰ দুগুণ কাম কৰিবলৈ ৮ জন পুৰুষ আৰু ১৬ জন মহিলাক কিমান দিন লাগিব?
- ক) ৫ দিন
- খ) ১০ দিন
- গ) ১৫ দিন
- ঘ) ২৫ দিন
- ১৫ দিন
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।