Daily MCQs

ক আৰু খ একেলগে ৮ দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে। কেৱল খ য়ে ১২ দিনত সম্পূৰ্ণ কৰিব পাৰে। খ য়ে ৪ দিন অকলে কাম কৰে। বাকী থকা কাম অকলে শেষ কৰিবলৈ ক ক কিমান দিন লাগিব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

গজ : ইঞ্চি :: কোৱাৰ্ট : ...? আলোকবৰ্ষ তলৰ কোনটোৰ একক? মোৱামোৰিয়া বিদ্ৰোহৰ মূল কাৰণ কি আছিল? ৭ ছে.মি. ব্যাসাৰ্ধৰ এটা বৃত্তৰ কালি হ'ল: What is the one-word substitution for a person who can speak several languages?