Daily MCQs

ক আৰু খ একেলগে ৮ দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে। কেৱল খ য়ে ১২ দিনত সম্পূৰ্ণ কৰিব পাৰে। খ য়ে ৪ দিন অকলে কাম কৰে। বাকী থকা কাম অকলে শেষ কৰিবলৈ ক ক কিমান দিন লাগিব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? কোনে বৰপেটাত ‘বৰপেটা সত্ৰ’ প্ৰতিষ্ঠা কৰিছিল? ______ দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। ইণ্ডিকা কোনে লিখিছিল? আকবৰৰ দৰবাৰৰ সৰ্বশ্ৰেষ্ঠ সংগীতজ্ঞ তানচেনৰ আদি নাম কি আছিল?