Daily MCQs

এজন মানুহে ঘণ্টাত ১২ কিলোমিটাৰ বেগত নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰি ৯ কিলোমিটাৰ বেগত উভতি আহে। যদি মুঠ সময় ২ ঘণ্টা ২০ মিনিট হয়, তেন্তে ইয়াৰ দূৰত্ব কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

তলৰ কোনটো শোধনাগাৰ এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি? ভাৰতৰ ভিতৰত কোনখন ৰাজ্যৰ উপকূলীয় সীমা দীঘল? অসমৰ স্থান নদী আৰু চাহ বাগিচাৰ নামত বেছিকৈ পোৱা ‘দি’ উপসৰ্গৰ অৰ্থ হৈছে: আন্তঃআণৱিক স্থান সর্বাধিক হয় ________। বাবৰৰ বিৰুদ্ধে খানৱা যুদ্ধত সাহসেৰে যুঁজ দিয়া ৰাজপুত সেনাপতি কোন আছিল?