Daily MCQs

যদি মই খোজ কাঢ়ি কোনো ঠাইলৈ যাওঁ আৰু চাইকেলেৰে উভতি আহোঁ তেন্তে মোৰ ৩৭ মিনিট সময় লাগে। দুয়োফালে খোজ কাঢ়িলে ৫৫ মিনিট সময় লাগে। দুয়োফালে চাইকেলেৰে কিমান সময় লাগিব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (বিচিপিএল) উদ্যোগ ক'ত অৱস্থিত? তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়? Enter Key ক _______ বুলিও কোৱা হয়। কোনখন চহৰক ‘ভাৰতৰ বাঘ ৰাজধানী’ বুলি কোৱা হয়? 'WATER POLO'ত কিমানজন খেলুৱৈ থাকে?