Daily MCQs

ঘণ্টাত ৩০.৬ কিলোমিটাৰ গতিবেগ প্ৰতি ছেকেণ্ডত কিমান মিটাৰৰ সমতুল্য?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

চাহ জনগোষ্ঠীৰ পৰম্পৰাগত অসমীয়া লোকনৃত্যক কি বুলি কোৱা হয়? ভাৰতৰ আটাইতকৈ ডাঙৰ নিমখীয়া পানীৰ হ্ৰদ কোনটো? কোনটো প্ৰতিষ্ঠানে ‘স্বাস্থ্যশীল ৰাজ্য, প্ৰগতিশীল ভাৰত’ প্ৰতিবেদন প্ৰকাশ কৰিছিল? ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? ইউনেস্ক’ৰ ২০২৩ চনৰ প্ৰিক্স ভাৰ্চাইলত কোনটো ভাৰতীয় বিমানবন্দৰে স্বীকৃতি লাভ কৰিছিল?