Daily MCQs

ঘণ্টাত ৬০ কিলোমিটাৰ বেগত ৪ ঘণ্টা ৩০ মিনিট সময় লাগে। গতি ১৫ মিটাৰ প্ৰতি ছেকেণ্ড হ’লে যাত্ৰাত কিমান সময় লাগিব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

২০১১ চনত চুইজাৰলেণ্ডত কোনজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাক ‘এম্বেছাদৰ অৱ ইন্টাৰলেকেন’ উপাধি দিয়া হৈছিল? ২০২৪ চনৰ অলিম্পিকৰ বাবে ভাৰতৰ চেফ-ডি-মিছন হিচাপে কোন নিৰ্বাচিত হৈছে? সন্ধিয়া ৫ বজাত স্কুলৰ পৰা ঘৰলৈ আহি থাকোঁতে কেতকিৰ ছাঁ বাওঁফালে পৰি আছিল। তাইৰ ঘৰৰ পৰা স্কুল কোন দিশত? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া ন্যায়াধীশৰ নাম কি? ৪৩৫৮২ৰ আটাইতকৈ ওচৰৰ কোনটো সংখ্যাক ২৫, ৫০ আৰু ৭৫ ৰে ভাগ কৰিব পাৰি?