Daily MCQs

অনুপাত ৫:৪ক শতাংশ হিচাপে প্ৰকাশ কৰা।

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অজয় আৰু বিজয়ৰ বয়সৰ অনুপাত ৩:৪। ৫ বছৰৰ পিছত তেওঁলোকৰ বয়সৰ নতুন অনুপাত হ’ব ৪:৫। বৰ্তমান বিজয়ৰ বয়স কিমান? CSS ৰ সম্পূৰ্ণ ৰূপ কি? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেও হাহ প্ৰচুৰ পৰিমাণে পোৱা যায়? যদি এটা পূৰ্ণসংখ্যাৰ ৫১% ৭১৪ হয়, তেন্তে সেই সংখ্যাৰ ২৫% কিমান? ‘হালধীয়া চৰায়ে বাওধান খায়’ ছবিখন কোনে পৰিচালনা কৰিছিল?