Daily MCQs

৩০০ ৰ ২৫% ৰ ২০% কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এগৰাকী ৰাজ্যপাল হ’বলৈ হ'লে নিম্নতম বয়স কিমান হোৱাটো বাঞ্চনীয়? ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ অসমে সামৰি লৈছে? চাৰিটা শব্দৰ ভিতৰত কোনটো শব্দ আনৰ লগত মিল নাই? PDF ৰ সম্পূৰ্ণ ৰূপ কি? চৌদি আৰৱৰ ৰাজধানী কি?