Daily MCQs

৬০০ টকাত ফেন বিক্ৰী কৰি এজন মানুহে ১০% লোকচান কৰে। ২০% লাভ কৰিবলৈ ফেনৰ বিক্ৰী মূল্য হ’ব লাগে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এজন ব্যক্তিয়ে বেংকৰ পৰা বছৰি ১২% হাৰত সৰল সুতত ঋণ লৈছিল। ৩ বছৰৰ পাছত কেৱল সেই সময়ছোৱাৰ বাবে তেওঁ ৫৪০০ টকা সুত হিচাপে দিবলগীয়া হৈছিল। তেওঁ ঋণ লোৱা মূলধন আছিল? ডুৰাণ্ড ৰেখাই কোন কোন দেশৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে? তলৰ কোনজন কোচ ৰজাৰ দ্বাৰা কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? ভাৰতত উচ্চ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ কি? সোণৰ ৰাসায়নিক চিহ্ন কি?