Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ Mock Test
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কিতাপ
27 August 2024
JobAssam
Share
এটা লেখা ৫% লাভত বিক্ৰী হয়। বিক্ৰী মূল্য আৰু ক্ৰয় মূল্যৰ অনুপাত কিমান হ’ব?
ক) ১:৫
খ) ২০:২১
গ) ২১:২০
ঘ) ৫:১
২১:২০
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
ক, খ আৰু গ ৰ গড় ওজন ৫০ কিলোগ্ৰাম। যদি ক আৰু খৰ গড় ওজন ৪৫ কিলোগ্ৰাম আৰু খ আৰু গ ৰ গড় ওজন ৫৪ কিলোগ্ৰাম হয়, তেন্তে খ ৰ ওজন হ’ব
আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন?
If he had come, he _____ the guest.
মাইক্ৰ’ছফ্টৰ মুখ্য কাৰ্যালয় ক’ত আছে?
তলৰ কোনটো উপনিষদৰ পৰা সত্যমেব জয়তে শব্দৰ উৎপত্তি হৈছে?