Daily MCQs

মোহনে ৯% আৰু ১০% সৰল সূতত সমান পৰিমাণৰ ধন দুবছৰ বাবে ঋণ দিছিল। যদি তেওঁৰ মুঠ সূত ৭৬০ টকা হয়, তেন্তে মুঠ কিমান ধন ঋণ দিয়া হৈছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অসমৰ প্ৰথমখন ষ্টেডিয়াম ক’ত নিৰ্মাণ কৰা হৈছিল? পেৰিছ অলিম্পিক ২০২৪ৰ পদক তালিকাত ভাৰতৰ স্হান কিমান আছিল? কোনটো প্ৰাকৃতিকভাৱে উদ্ভৱ হোৱা সম্ভ্ৰান্ত গেছ? টাই আহোম ভাষাত চৰাইদেউ নামৰ অৰ্থ কি? চন্দ্ৰগুপ্ত মৌৰ্যই কোন শাসকক পৰাজিত কৰি ভাৰতত মৌৰ্য সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল?