Daily MCQs

কিমান বছৰত ৩০০০ টকাৰ বছৰি ১২% হাৰত ১০৮০ টকাৰ সুত পোৱা যাব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

প্ৰথম অসম আৰক্ষী বেটেলিয়ন (APBN) ক'ত অৱস্থিত? Select the correctly spelt word. এজন মানুহে দক্ষিণ দিশলৈ ৫ কি.মি. খোজ কাঢ়ি সোঁফালে ঘূৰিল। ৩ কি.মি. খোজ কঢ়াৰ পিছত তেওঁ বাওঁফালে ঘূৰি ৫ কি.মি. খোজ কাঢ়িলে। এতিয়া তেওঁ আৰম্ভণি স্থানৰ পৰা কোন দিশত আছে? ১৮৫৭ চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণ কি আছিল: কেবিনেট মিছন পৰিকল্পনাত অসমক বংগৰ সৈতে গোট কৰাৰ বিৰুদ্ধে কোনজন অসমীয়া নেতাই তীব্ৰ বিৰোধিতা কৰিছিল?