Daily MCQs

যদি ৬ বছৰৰ বাবে সৰল সুত মূলধনৰ ৩০% সমান হয়, তেন্তে সুত কেতিয়া মূলধনৰ সমান হ’ব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অসমৰ বৰ্তমানৰ ৰাজ্যসভাৰ সদস্য পবিত্র মাৰ্গেৰিতা কোনখন আলোচনীৰ সম্পাদক আছিল? তলৰ কোনটো শোধনাগাৰ এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি? অসমত পোৱা তলৰ কোনবিধ জন্তু সংকটজনকভাৱে বিলুপ্তপ্ৰায় আৰু যাক নল গাহৰি বুলি জনা যায়? যদি ঘড়ীৰ মিনিট কাঁটাখনে মাজনিশা দক্ষিণ দিশলৈ আঙুলিয়াই দিয়ে, তেন্তে ই ৰাতিপুৱা ৩:০০ বজাত কোন দিশলৈ আঙুলিয়াব? কোন ৰজাৰ নেতৃত্বত শুক্ৰেশ্বৰ মন্দিৰ স্থাপন কৰা হৈছিল?