Daily MCQs

অৰুণ, ভাস্কৰ আৰু পৱনৰ মুঠ বয়স ৬০ বছৰ। চাৰি বছৰ আগতে তেওঁলোকৰ মুঠ বয়স কিমান আছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত? If my car (break) down I (catch) the train. সাগৰৰ মাজেৰে পৃথিৱীখন প্ৰদক্ষিণ কৰিবলৈ সক্ষম হোৱা ইংৰাজ নাৱিকজন কোন আছিল? ফিফাৰ গীত কোনে ৰচনা কৰিছিল? প্ৰথম অসমীয়া গদ্য আছিল: