Daily MCQs

এগৰাকী মাতৃ, কন্যা আৰু পুত্ৰৰ বয়সৰ যোগফল হ’ল ৯৬ বছৰ। ৫ বছৰৰ পিছত তেওঁলোকৰ বয়সৰ যোগফল কিমান হ’ব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

বৰবৰুৱা আৰু বৰফুকনৰ পদ কাৰ দ্বাৰা আৰম্ভ কৰা হয় ‘পাথেৰ পাঞ্চালী’ চিনেমাখন কোনে পৰিচালনা কৰিছিল? ফুটবল প্ৰতিযোগিতাত ‘সন্তোছ ট্ৰফী’ ২০২৩ৰ খিতাপ কোনে লাভ কৰিছে? কোনখন ৰাজ্যই ‘গৃহ লক্ষ্মী আঁচনি’ আৰম্ভ কৰিছিল? বৌদ্ধ ধৰ্মত ‘ত্ৰিৰত্ন’ৰ অৰ্থ কি?