Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ Mock Test
অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ কিতাপ
20 June 2024
JobAssam
Share
কাক জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান ২০২৪ প্ৰদান কৰা হৈছে?
ক) বিকাশ বৰুৱা
খ) নিতুমণি বৰা
গ) ৰমেন শৰ্মা
ঘ) ৰমেন চৌধুৰী
ৰমেন চৌধুৰী
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
গাখীৰৰ ক্ৰীম বিভাজক যন্ত্ৰই তলৰ কোনটো বল প্ৰয়োগ কৰে?
সংখ্যা দুটাৰ গঃসাঃগু ৯৬ আৰু সিহঁতৰ লঃসাঃগু ১২৯৬। যদি সংখ্যাবোৰৰ এটা ৮৬৪ হয়, তেন্তে আনটো সংখ্যা কিমান?
কোনখন দেশৰ পৰা ভাৰতে ৰাফেল বিমান ক্ৰয় কৰিছে?
১৯৫৫ চনত ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়াৰ নাম সলনি কৰি কি ৰূপ দিয়া হ’ল?
আপেক্ষিকতাবাদৰ তত্ত্ব কোনজন বিজ্ঞানীয়ে উপস্থাপন কৰিছে?