Daily MCQs

অমিল বিচাৰি উলিয়াওক: ৩৯৬, ৫৭১, ৪৫১, ৭৯২।

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

যদি Z = 52 আৰু ACT = 48 হয়, তেন্তে BAT ৰ মান কিমান হ'ব? প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসমীয়া গায়ক He died ___ overeating. কোনখন জিলা অসমৰ পৰা পৃথক হৈ ১৯৬৩ চনত নাগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল? ‘পুৰুষ সূক্ত’ কোন বেদৰ স্তৱক?