Daily MCQs

অমিল বিচাৰি উলিয়াওক: ৫২, ৬০, ৭৮, ১৩০।

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

‘হালধীয়া চৰায়ে বাওধান খায়’ ছবিখন কোনে পৰিচালনা কৰিছিল? ৰাজ্যৰ মুখ্য তথ্য আয়ুক্তক কোনে নিযুক্তি দিয়ে? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত তলৰ কোনটো শব্দ নাই? 15, 10, 25, 20, 30 তথ্যসেটৰ মধ্যক কিমান? BTR সম্পূৰ্ণ ৰূপ কি?