Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
টেট, আৰক্ষী, ইত্যাদিৰ অনলাইন মক টেষ্ট
নিযুক্তি পৰীক্ষাৰ বাবে শ্ৰেষ্ঠ কিতাপ
26 August 2024
JobAssam
Share
১২−৬÷১২×৬+৬=৯ সমীকৰণটোত কোন দুটা চিহ্ন সলনি কৰিলে শুদ্ধ হ’ব?
ক) / আৰু ×
খ) + আৰু ÷
গ) – আৰু +
ঘ) × আৰু +
– আৰু +
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল?
২০১৭ চনৰ ১ জানুৱাৰী যদি দেওবাৰ আছিল, তেন্তে ২০১৭ চনৰ ৩১ ডিচেম্বৰ সপ্তাহৰ কোনটো দিন আছিল?
তলৰ কোনে ভাৰতত অসামৰিক সেৱাৰ ভেটি স্থাপন কৰিছিল?
জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
অসমৰ কোনটো শোধনাগাৰ 'অসম চুক্তি শোধনাগাৰ' নামেৰে জনাজাত?