Daily MCQs

সন্ধিয়া ৫ বজাত স্কুলৰ পৰা ঘৰলৈ আহি থাকোঁতে কেতকিৰ ছাঁ বাওঁফালে পৰি আছিল। তাইৰ ঘৰৰ পৰা স্কুল কোন দিশত?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অলিম্পিক গেমছত সৰ্বাধিক স্বৰ্ণ পদক কোনে লাভ কৰিছে? Ctrl, Shift আৰু Alt হৈছে _______ Key। সামগ্ৰীৰ বিনিময় (মুদ্ৰা অবিহনে বাণিজ্য)ৰ প্ৰাচীন পৰম্পৰা হৈছে কম্পিউটাৰে ডেটাক কিহলৈ প্ৰচেছ কৰে? ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটো আছিল: