Daily MCQs

জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক’ত অৱস্থিত? ক ২৪ দিনত, খ ৯ দিনত, আৰু গ ১২ দিনত এটা কাম শেষ কৰিব পাৰে। খ আৰু গ কাম আৰম্ভ কৰে যদিও ৩ দিনৰ পিছত গুচি যায়। বাকী থকা কামবোৰ শেষ কৰিবলৈ ক ক কিমান দিন লাগিব? প্ৰথম অসমীয়া ভাষাৰ ছপা পুথি 'ধৰ্ম পুস্তক' ৰচনা কৰিছিল? বাংলাদেশত গংগা নদীৰ লগত সংযুক্ত হৈ ব্ৰহ্মপুত্ৰ নদী কোন নামেৰে জনা যায়? অসমৰ খাজুৰাহো হৈছে-