২০২৪ চনৰ পেৰিছ অলিম্পিকত কোন দুখন দেশৰ অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে?
- ক) ৰাছিয়া আৰু বেলাৰুছ
- খ) ৰোমানিয়া আৰু বুলগেৰিয়া
- গ) জাৰ্মানী আৰু ফ্ৰান্স
- ঘ) অষ্ট্ৰিয়া আৰু চাইপ্ৰাছ
- ৰাছিয়া আৰু বেলাৰুছ
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।