Daily MCQs

সিন্ধু উপত্যকা সভ্যতাৰ মূল বন্দৰ কি আছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেও হাহ প্ৰচুৰ পৰিমাণে পোৱা যায়? বাংলাদেশত​ গংগা নদীৰ নাম কি? অবৈধ অনুপ্ৰৱেশৰ বিষয়টো সমাধানৰ বাবে কোন বছৰত অসম চুক্তি স্বাক্ষৰিত হৈছিল? যদি 'পোহৰ'ক 'ৰাতিপুৱা', 'ৰাতিপুৱা'ক 'আন্ধাৰ', 'আন্ধাৰ'ক 'ৰাতি', 'ৰাতি'ক 'ৰ'দ' বুলি কোৱা হয়, তেন্তে আমি কেতিয়া শোওঁ? যতীন গোস্বামীৰ অনুশীলন কৰা কোনটো নৃত্যই ২০০০ চনত চৰকাৰী স্বীকৃতি লাভ কৰিছিল?