Daily MCQs

শেহতীয়াকৈ বলবৎকাৰী সঞ্চালকালয় (ED)ৰ সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

বৰ্তমান অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলা কোনখন? এখন কলেজত ল’ৰা আৰু ছোৱালীৰ অনুপাত ৮:৫। যদি ১৬০ গৰাকী ছোৱালী থাকে তেন্তে কলেজত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান? ভাৰতে আমদানি কৰা ছোভিয়েট বিমানবাহী জাহাজ এডমিৰেল গৰ্ছকোভৰ নতুন নাম কি? কোন চনত গান্ধী–আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল? শেহতীয়াকৈ মুদুমালাই ব্যাঘ্ৰ প্রকল্পত দেখা পোৱা সাধাৰণ ঘাঁহ হালধীয়া কোনটো প্ৰজাতিৰ অন্তৰ্গত?