Daily MCQs

২০২৪ চনৰ স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিয়ে কিমান গেলেণ্ট্ৰি বঁটা অনুমোদন কৰিছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদৰ অধীনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল? ভাৰতত উদাৰীকৰণ, বেচৰকাৰীকৰণ আৰু গোলকীকৰণ (LPG)ৰ অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰা হৈছিল? 'মৃচ্চকটিকা' (নাটক) কোনে লিখিছিল? ২০০ মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল ঘণ্টাত ৫৪ কিলোমিটাৰ বেগত চলি আছে। ১৭৫ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হ’বলৈ কিমান চেকেণ্ড সময় লাগিব? চক্রবৃদ্ধি সুতৰ ওপৰত ৩ বছৰত ১০,৬৪৮ টকা আৰু ২ বছৰত ৯,৬৮০ টকা হয়। তেন্তে বছৰি সুতৰ হাৰ কিমান?