Daily MCQs

ইছলামৰ উদাৰ আৰু ৰহস্যবাদী আন্দোলন চুফীবাদ কোন সময়ত ভাৰতত আৰম্ভ হৈছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজনৰ বিষয়ে আলোচনা কৰে? ১৯৪৬ চনৰ নিৰ্বাচনৰ পিছত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী (মুখ্যমন্ত্ৰী) কোন আছিল: ‘ভিলেজ ৰকষ্টাৰছ’ চিনেমাখনৰ পৰিচালক কোন? ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত স্বীকৃতিপ্ৰাপ্ত চৰকাৰী ভাষাৰ সংখ্যা কিমান? সিন্ধু নদীৰ দৈৰ্ঘ্য কিমান?