Daily MCQs

কোনখন ৰাজ্য চৰকাৰে ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা চৰকাৰী কাৰ্যালয়ত পেট্ৰ’ল-ডিজেল গাড়ী ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অসমত কিমানখন তেল শোধনাগাৰ আছে? মই পূব দিশলৈ মুখ কৰি আছোঁ। মই ঘড়ীৰ কাঁটাৰ দিশত ১০০° ঘূৰিলোঁ আৰু তাৰ পিছত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ১৪৫° ঘূৰিলোঁ। এতিয়া মই কোন দিশলৈ মুখ কৰি আছোঁ? ভাৰতৰ জাতীয় গীত কি? ভাৰতত অৰ্থনৈতিক পৰিকল্পনাৰ মূল উদ্দেশ্য কি আছিল? বিজয়া বেংকৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?