Daily MCQs

শেহতীয়াকৈ কোনখন ৰাজ্যই কন্যাৰ শিক্ষাৰ প্ৰসাৰৰ বাবে ‘মুখ্যমন্ত্ৰী নিযুত মইনা (MMNM)’ আঁচনি আৰম্ভ কৰিছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

২০২৪ চনত কোনখন ছবিয়ে শ্ৰেষ্ঠ অস্কাৰ ছবিৰ বঁটা লাভ কৰিছিল? দিনত ৫ ঘণ্টা কাম কৰি ১২ দিনত ৩৯ জন লোকে এটা পথ মেৰামতি কৰিব পাৰিব। দিনত ৬ ঘণ্টা কাম কৰি ৩০ জন লোকে কাম সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব? কামৰূপৰ প্ৰথমজন শাসক কোন আছিল? ঐতিহাসিক পথৰুঘাট যুদ্ধৰ স্থান পাথৰুঘাট বৰ্তমান অসমৰ কোনখন জিলাত অৱস্থিত? সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণবিদ কোন?