Daily MCQs

পেৰিছত অনুষ্ঠিত হোৱা ৩৩ সংখ্যক গ্ৰীষ্মকালীন অলিম্পিক ২০২৪ত জুৰীৰ সদস্য হিচাপে নিযুক্তি পোৱা প্ৰথমজন ভাৰতীয় কোন?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

নেমু আৰু আমলাত কোনটো ভিটামিন প্ৰধানকৈ থাকে? 'পুৰাণী অসম বুৰঞ্জী' কোনে লিখিছিল? ইলেক্ট্ৰনে ______ কঢ়িয়াই ফুৰে। পাঁচটা সংখ্যাৰ যোগফল ৫৫৫। প্ৰথম দুটা সংখ্যাৰ গড় ৭৫ আৰু তৃতীয় সংখ্যা ১১৫। শেষ দুটা সংখ্যাৰ গড় কিমান? ৫৫ টা সংখ্যাৰ গড় হ’ল ২৯। যদি ধাৰাবাহিকভাৱে প্ৰতিটো সংখ্যাত ২ টা যোগ কৰা হয়, তেন্তে নতুন গড় হ’ব