Daily MCQs

কোন চনত প্ৰথম অসমীয়া ছবি ‘জয়মতী’ মুক্তি পাইছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এজন মানুহে ঘণ্টাত ১২ কিলোমিটাৰ বেগত নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰি ৯ কিলোমিটাৰ বেগত উভতি আহে। যদি মুঠ সময় ২ ঘণ্টা ২০ মিনিট হয়, তেন্তে ইয়াৰ দূৰত্ব কিমান? বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰবাল প্ৰাচীৰ ক’ত পোৱা যায়? অসমত গঁড় দিৱস পালন কৰা হয় ছিৰিয়াৰ ৰাজধানী কি? অসমত তিতা ধান খেতিৰ প্ৰযুক্তি কোনে আনিছিল?