______ তাৰিখে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হয়।
- ক) ১৯৮৫ চনৰ ১৫ আগষ্ট
- খ) ১৯৮৬ চনৰ ২৬ জানুৱাৰী
- গ) ১৯৮৬ চনৰ ১৫ আগষ্ট
- ঘ) ১৫ আগষ্ট, ১৯৯০ চন
- ১৯৮৫ চনৰ ১৫ আগষ্ট
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।