Daily MCQs

ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সাক্ষৰতাৰ ক্ষেত্ৰত অসমৰ স্থান হ'ল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

আৰ্জেণ্টিনাৰ ৰাজধানী কি? চৰাইদেউত কেতিয়া চুকাফাই আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল? সিংহৰ এটা গোটক কি বোলে? প্ৰতি বছৰে হৰ্ণবিল উৎসৱ কেতিয়া অনুষ্ঠিত হয়? ৰোহনে পশ্চিম দিশলৈ গৈ ৪৫° ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিছে, পুনৰ ১৮০° ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিছে আৰু তাৰ পিছত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ২২৫° ঘূৰিছে। এতিয়া তেওঁ কোন দিশলৈ মুখ কৰি আছে?