Daily MCQs

এজন ব্যক্তিয়ে প্ৰতি মিনিটত ৩৫ শব্দৰ হাৰত টাইপ কৰে। ৯৮৭টা শব্দ টাইপ কৰিবলৈ তেওঁক কিমান সময় লাগিব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কম্পিউটাৰৰ BIOS ৰ কাম কি? খেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? এটা সংখ্যা নিজৰ ২০%তকৈ ৪০ বেছি। সংখ্যাটো কিমান? ২০১৯ চনৰ জানুৱাৰী মাহলৈকে ভাৰতত উচ্চ ন্যায়ালয়ৰ সংখ্যা হৈছে?