Daily MCQs

যদি আটাইতকৈ সৰু ৫ অংকৰ সংখ্যাটোৰ পৰা আটাইতকৈ ডাঙৰ ৩ অংকৰ সংখ্যাটো বিয়োগ কৰা হয় তেন্তে ফলাফল হ’ব

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

বম্বে ষ্টক এক্সচেঞ্জ কোনে প্ৰতিষ্ঠা কৰিছিল? দুটা সংখ্যাৰ অনুপাত ৩:৫। যদি যোগফল ৮০ হয়, তেন্তে সংখ্যাদুটো কি? ২০২৪ চনত পেৰিছ অলিম্পিকত কিমানখন অনুষ্ঠান অনুষ্ঠিত হৈছিল? পথৰুঘাটৰ ৰণ বৰ্তমানৰ কোন স্হানত হয় ঐতিহাসিক গোহাঁই কমল আলীয়ে কি সংযোগ কৰে?