Daily MCQs

কোন বছৰত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ‘ৰসৰাজ’ উপাধিৰে সন্মানিত কৰিছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

নাগালেণ্ডৰ বিখ্যাত ' হৰ্ণবিল উৎসৱ ' _____ মাহত পালন কৰা হয়। তলৰ কোনটো এটা উপকাৰী জীৱ? ভৌগোলিক আকাৰৰ ফালৰ পৰা ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য কোনখন? কপাহ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰতৰ ৰেংকিং কি? ভাৰতৰ কিমানখন ৰাজ্যই ভূটানৰ সৈতে সীমান্ত ভাগ কৰে?